Most Important Social Science MCQ 6/7/8/9 Class level for ADRE Grade IV Exam
কেইটামান উদাহৰণ 100 টা প্ৰশ্ন কেনকুৱা ধৰণৰ হব
১. মানুহৰ সভ্যতা, সংস্কৃতি, অর্থনীতি আদিৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনবিধ সম্পদৰ ভূমিকা সর্বাধিক?
ক) ভূমিসম্পদ
খ) খনিজ সম্পদ
গ) বনজ সম্পদ
ঘ) জল সম্পদ
উত্তৰঃ (ক) ভূমিসম্পদ
2) তলৰ কোনটো পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হোৱাৰ কাৰণ নহয়-
ক) জনসংখ্যাৰ মাত্ৰাধিক বৃদ্ধি
খ) ভূমিৰ অত্যধিক ব্যৱহাৰ
গ) উদ্যোগীকৰণৰ উচ্চহাৰ
ঘ) সংস্কৃতিৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱ
উত্তৰঃ (ঘ) সংস্কৃতিৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱ
৩. পৰিৱেশ অনুকূল কৃষি পদ্ধতিয়ে তলৰ কোনটোত সহায় নকৰে?
ক) জৈৱ বিচিত্ৰতাৰ সংৰক্ষণ
খ) ভূমিৰ সংৰক্ষণ
গ) পানীৰ সুষম বিতৰণ
ঘ) প্রদূষণমুক্ত পৰিবেশ সৃষ্টি
উত্তৰঃ (গ) পানীৰ সুষম বিতৰণ
৪. ভাৰতবৰ্ষত তলৰ কোনখন ঠাইত ভূতাপীয় শক্তিৰ প্ৰকল্প আছে?
ক) মনিকৰণ, হিমাচল প্রদেশ
খ) কাল্পক্কম, তামিলনাডু
গ) তাৰাপুৰ, মহাৰাষ্ট্ৰ
ঘ) কচ্চ উপকূল, গুজৰাট
উত্তৰঃ (ক) মনিকৰণ, হিমাচল প্রদেশ
আমি তৈয়াৰ কৰা PDF বোৰত এনেকুৱা ধৰণৰ 100 টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ থাকিব
PDF Download কৰিবলৈ Download Option ত Click কৰক
Download Free PDF
FOLLOW US ON INSTAGRAM
সকলোলৈ এইটো Post share কৰি দিব যাতে সকলোৱে Free তে PDF টো পায়
Thank you
Post a Comment