Most Important 90 Science Question For ADRE Grade 4 Exam Class 6/7/8/9 Free PDF Download

 Most Important 90 Science Question For ADRE Grade 4 Exam Class 6/7/8/9 Free PDF Download 



90 টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ PDF FREE DOWNLOADE

কেইটামান উদাহৰণ 90 টা প্ৰশ্ন কেনকুৱা ধৰণৰ হব


১. সেউজ গৃহ প্রভাৱ হ'ল-

ক) বায়ুত কার্বন-ডাই-অক্সাইড আদিৰ বৃদ্ধিৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি।

খ) বায়ুমণ্ডলৰ উষ্ণতা হ্রাস।

গ) বনানীকৰণৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্রাস।

ঘ) বায়ুমণ্ডলীয় চাপৰ বৃদ্ধি।

উত্তৰঃ (ক) বায়ুত কার্বন-ডাই-অক্সাইড আদিৰ বৃদ্ধিৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি।


2)মানৱ দেহৰ বৃদ্ধিৰ লগত তলৰ কোন অন্তস্রাবী। গ্রন্থী জড়িত

ক) থাইৰড

গ) পিটুটাৰী

খ) এড্রিনেলিন

ঘ) অগ্ন্যাশয়

উত্তৰ: (গ) পিটুটাৰী


৩. ডায়বেটিছ ৰোগী এজনৰ তেজত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে তলৰ কোনবিধ গুটি উপকাৰী?

ক) মিথি

গ) জিৰা

খ) জালুক

ঘ) ধনিয়া

উত্তৰঃ (ক) মিথি

৫. ভজা মাছৰ গোন্ধ দূৰৰ পৰা পোৱাৰ কাৰণটো হ'ল-

ক) ব্যপন

খ) বাষ্পীভবন

গ) উর্ধ্বপাতন

ঘ) উতলন

উত্তৰঃ (ক) ব্যপন

৬. 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থাবোৰ হ'ব পাৰে-

ক) গেছীয়, জুলীয়া

খ) গোটা, জুলীয়া

গ) গোটা, জুলীয়া, গেছীয়

ঘ) গেছীয়, গোটা

উত্তৰঃ (গ) গোটা, জুলীয়া, গেছীয়

৭. গাখীৰ এবিধ-

ক) অবদ্ৰৱ

গ) গোটাচল

খ) এৰ'চল

ঘ) ফেন

উত্তৰঃ (ক) অবদ্ৰৱ


8.কোষৰ আত্মঘাতী মোনা বুলিলে কাক বুজোঁ-

খ) গলগি বডি

ঘ) ঘাইটকন্ড্রিয়া

ক) লাইছ'জ'ম

গ) প্লাছিড

উত্তৰঃ (ক) লাইছ'জ'ম

9. লেলাউটিয়ে-আমাৰ মুখত থকা

ক) ষ্টার্চক মেল্ট'জলৈ ভাঙে

খ) স্নেহক এঘিন এচিডলৈ ভাঙে

গ) প্ৰ'টিনক গ্লিছাৰলৈ ভাঙে

ঘ) ভিটামিনক লৱণলৈ ভাঙে

উত্তৰঃ (ক) ষ্টাৰ্চক মেল্ট'জলৈ ভাঙে

১৩. তলৰ কোনবিধৰ কোষত কোষবেৰ থাকে-

ক) মানুহ

খ) চৰাই

গ) মাছ

ঘ) ঘাঁহ

উত্তৰঃ (ঘ) ঘাঁহ

১৬ পানী ভর্তি গিলাচ এটাত ওপঙি থকা বৰফ এটুকুৰা গলি গলে গিলাচৰ পানীৰ স্তৰ-

ক) ওপৰলৈ উঠিব

গ) নামি যাব

খ) একে থাকিব

ঘ) প্রথম কমি পিছত বাঢ়িব

উত্তৰঃ (খ) একে থাকিব


আমি তৈয়াৰ কৰা PDF বোৰত এনেকুৱা ধৰণৰ 90 টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ থাকিব

PDF Download কৰিবলৈ Download Option ত Click কৰক

Download Free PDF



FOLLOW US ON INSTAGRAM


সকলোলৈ এইটো Post share কৰি দিব যাতে সকলোৱে Free তে PDF টো পায় 
Thank you

Post a Comment

Previous Post Next Post